আজিৰ দিনটোৰ তাপমান৷

আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমান ৩৪° ডিগ্ৰী চেলছিয়াচ যদিও ৩৯° ডিগ্ৰীতকৈ অধিক তাপমানৰ অনুভৱ হৈছে৷প্ৰচণ্ড গৰমৰ পাছত কাইলৈ প্ৰায় ১০ ৰ পৰা ১১ বজাৰ ভিতৰত বৰষুণৰ সম্ভাৱনা প্ৰায় নিশ্চিত৷অৱশ্যে সন্ধিয়াৰ ভাগত তাপমান ডিগ্ৰী ২১° লৈ নিম্নগামী হৈ ৰাইজে সকাহ পাব