অসম হাৰ্টথৰ্ব জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত গৌতম আদানি৷

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত দেশৰ বিশিষ্ট উদ্যোগপতি গৌতম আদানি আৰু পুত্ৰ জিৎ আদানি উপস্থিত হৈ প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে ৷শিল্পীগৰাকীৰ অকাল বিয়োগত শোকাহত আদানি ৷